Logo

    NEZINE's Podcast

    NEZINE's Podcast is the audio bridge to India's Northeast 

    en-us48 Episodes

    People also ask

    What is the main theme of the podcast?
    Who are some of the popular guests the podcast?
    Were there any controversial topics discussed in the podcast?
    Were any current trending topics addressed in the podcast?
    What popular books were mentioned in the podcast?

    Episodes (48)

    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট

    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট

    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “ৰূপান্তৰৰ শিল্পী”ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম পোহৰ- শিল্পী দিৱস উপলক্ষে ৰত্না ভৰালী তালুকদাৰৰ বিশেষ পডকাষ্ট । সংগীত- প্ৰিয়ানুজ  পৰাশৰ 

    Rupkonwar Jyotiprasad Agarwala’s philosophy of Art is a powerful weapon to counter communalism- a special podcast by Ratna Bharali Talukdar on Shilpi Divas. Music - Priyanuj Parashar. 

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usJanuary 17, 2024

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, শিক্ষক অঞ্জুলা ভূঞা বৰাৰ সাহিত্যত আঘোণৰ প্ৰতিফলন বিষয়ক এটি আলোচনা। অঞ্জুলা ভূঞা বৰা গুৱাহাটীৰ অম্বিকাগিৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদালয়ৰ প্ৰাক্তন অধ্যক্ষ। সংগীত- প্ৰিয়ানুজ  পৰাশৰ 

    Literature and society in Northeast: Writer, teacher Anjula Bhuyan Borah discusses  reflection of the Assamese calendar month Aghon in literature. Anjula Bhuyan Borah is a retired  Principal of Ambikagiri Girls' Higher Secondary School, Guwahati. Music[ Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usDecember 19, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনাe

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনাe

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: লোকসংস্কৃতিৰ গৱেষক আৰু লেখক ডo ৰাজশ্ৰী হাজৰিকাই যুগুতোৱা লোকসংস্কৃতিবিষয়ক এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ 

    Literature and society in Northeast: A discussion on folk culture by folklorist and writer Dr Rajashree Hazarika. Music: Prianuj Parashar. 

    This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region.

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usNovember 09, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:  ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:  ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে তেখেতৰ সাহিত্য যাত্ৰাৰ বিষয়ে ব্যক্ত কৰা কিছু অনুভৱ  সংগীত - প্রিয়ানুজ পৰাশৰ

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ-এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো  উত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।

    Literature and society in Northeast: Novelist and short story writer Juri Borah Borgohain on her literary journey. Music: Prianuj Parashar. 

    This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region.

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usOctober 23, 2023

    উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা

    উত্তৰ-পূব ভাৰতৰ  গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা

    উত্তৰ-পূব ভাৰতৰ  গ্ৰন্থ: বিশিষ্ট গল্পকাৰ আৰু উপন্যাসিক দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে  সাহিত্য সমালোচক ড০ অংকুমনি দাসে কৰা এটি আলোচনা। উপন্যাসখনৰ প্ৰকশক প্ৰজ্ঞা মিডিয়াহাইপ ।  সংগীত-প্রিয়ানুজ পৰাশৰ 
    Books from Northeast: A review of eminent short story writer and novelist Devabrat Das's  novel Korhi Khelar Xadhu  ( Publisher: Pragya Mediahype)  by literary critic Dr Ankumani Das. Music: Priyanuj Parashar. 

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usSeptember 14, 2023

    উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে মানসী গোস্বামীয়ে কৰা এটি আলোচনা

    উত্তৰ-পূব ভাৰতৰ  গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে মানসী গোস্বামীয়ে কৰা এটি আলোচনা

    উত্তৰ-পূব ভাৰতৰ  গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে পৰিবেশ আৰু বি়জ্ঞান সংযোগ কৰ্মী  মানসী গোস্বামীয়ে কৰা এটি আলোচনা।গ্ৰন্থখনৰ প্ৰণেতা-মানস প্ৰতীম দত্ত, বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়া। সংগীত-প্রিয়ানুজ পৰাশৰ  

     Books from Northeast: A review of Prakritir Jamadar by Manoshi Goswami.  In this podcast, science communicator and environment activist Manoshi Goswami reviews the Assamese book Prakritir Jamadar authored by Manas Pratim Dutta, Biman Handique and Dhruba Jyoti Chetia. Music by Priyanuj Parashar 

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usAugust 22, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ :  ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ 

    Literature and Society in Northeast: Ratna Bharali Talukdar discusses Dr Hiren Gohain's works on Sankardeva.  Music- Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usAugust 17, 2023

    উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : অৰূপ শাণ্ডিল্যৰ 'অসমৰ কৃষি'ৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰৰ আলোচনা

    উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : অৰূপ শাণ্ডিল্যৰ 'অসমৰ কৃষি'ৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰৰ আলোচনা

    উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : দৈনিক অসম কাকতৰ সাংবাদিক অৰূপ শাণ্ডিল্যৰ গ্ৰন্থ -অসমৰ কৃষি  
    ( প্ৰকাশক - পূৰ্বাঞ্চল প্ৰকাশ)ৰ  বিষয়ে  ৰত্না ভৰালী তালুকদাৰৰ আলোচনা। সংগীত-প্রিয়ানুজ পৰাশৰ
    Books from Northeast: In this podcast Ratna Bharali Talukdar reviews the book Asamar Krishi  authored by journalist Arup Shandilya and published by Purbanchal Prakash.  Music by Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usJuly 22, 2023

    অনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে বিদিশা দত্তই কৰা এটি আলোচনা

    অনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে বিদিশা দত্তই কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক উপন্যাসিক, গল্পকাৰ অনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে এগৰাকী শিশু সাহিত্যিক বিদিশা দত্তই কৰা এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ
    Literature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to children’s author Bidisha Dutta’s review of the Assamese novel Shyamkanu Duroi Hoi Najaba by novelist and short story writer Anupama Borgohain.  Music by Priyanuj Parashar 
     
    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usJuly 14, 2023

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উ্ৰত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে  অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত । সংগীত-প্রিয়ানুজ পৰাশৰ

     Creative works from Northeast: Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi

    Creative works from Northeast: In this special podcast series, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, Cartoonist Nituparna Rajbongshi sheds light on works of Assam’s first political cartoonist Pulak Gogoi. Music by Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usMay 22, 2023

    জনপ্ৰিয় শিশু গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ: নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাত

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত জনপ্ৰিয় শিশু গ্ৰন্থৰ অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাত । সংগীত- প্রিয়ানুজ পৰাশৰ

    Translation of children’s books: Writer, translator Ashadeepa Saikia shares her immersive experience of a translation workshop organised by National Book Trust and Mouchaq

    Creative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, young short story writer and translator Ashadeepa Saikia shares her immersive experience of a translation workshop organised by National Book Trust, India and children's magazine Mouchaq
    Music-Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usMay 13, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লামৰ বিষয়ে অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লামৰ বিষয়ে অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : লেখক, ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লাম ( বনফুল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত)ৰ  বিষয়ে লেখক অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনা । সংগীত - প্রিয়ানুজ পৰাশৰ

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ-এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে লৈ আনো  উত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।

    Literature and society in northeast: Writer Anupama Borgohain sheds light on the Assamese novel Ledolam by writer and novelist Juri Borah Borgohain and published by Banphool Prakashan 
    This podcast is an episode of a series on Literature and society in northeast. In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region.  Music- Priyanuj Parashar 

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usMay 04, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনা

     নিজাইন আলোচনীৰ এইলানি বিশেষ পডকাষ্টত এইবাৰ শুনক মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ ( প্ৰকাশক- অসম বুক ট্ৰাষ্ট) বিষয়ে লেখক, সাংবাদিক গোবিন কুমাৰ খাউণ্ডে কৰা এটি আলোচনা । সংগীত - প্রিয়ানুজ পৰাশৰ 

    Literature and Society in Northeast: In this special podcast series we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to writer and journalist Gobin Kumar Khound’s review of the book Tejaswhi Pancharatna by writer Munmi Dutta Hazarika and published by Assam Book Trust. Music: Priyanuj Parashar 

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usApril 28, 2023

    গুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল

    গুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল

    গুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল 

    নিজাইন পডকাষ্ট: নৰ্থ ইষ্ট এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত গঢ় লৈ উঠা এটি বিশেষ সামুহিক পুথিভঁৰালৰ বিষয়ে কিছু কথা । এই বিশেষ পুথিভঁৰালটিৰ বিষয়ে কৈছে  পুথিভঁৰালটিৰ সহ-প্রতিষ্ঠাপক আৰু গৱেষক পৰিস্মিতা গগৈয়ে । গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে থকা এই পুথিভঁৰালত বিশেষকৈ শিশুসকলৰ বাবে আনন্দময় পৰিৱেশত অধ্যয়নৰ সুযোগ সৃষ্ট কৰাৰ লগতে সামাজিক বিষয়বোৰৰ সন্দৰ্ভতো সজাগ কৰি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হয়। সংগীত-প্রিয়ানুজ পৰাশৰ 

    A special community library in  Guwahati 

    NEZINE’s Podcast: A special podcast on the community library of North East Educational Trust (NEET) in Guwahati. NEET Community library Co-founder Parismita Gogoi has spoken about this initiative in this podcast. Apart from providing the space and ecosystem for joyful learning for children, this community library has also been making efforts to build awareness among them on social issues.  Music: Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usApril 20, 2023

    কেইটিমান চিৰসেউজ গীতেৰে সজোৱা এখনি সংগীতালেখ্য

    কেইটিমান চিৰসেউজ গীতেৰে সজোৱা এখনি সংগীতালেখ্য

    কেইটিমান চিৰসেউজ গীতেৰে সজোৱা এখনি সংগীতালেখ্য । সংগীতালেখ্যৰ গীতকেইটি গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ে  অলপতে আয়োজন কৰা এখনি কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হৈছিল। কৰ্মশালাখনিত  সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দিছিল ডঃ বৰ্ণালী বৰুৱা আৰু নীলোৎপল গায়নে। কৰ্মশালাৰ শেষত প্ৰশিক্ষদ্বয় আৰু  শিক্ষাৰ্থীসকলে নিজাইন আলোচনীৰ বাবে গীতকেইটি বাণীবদ্ধ কৰে। কৰ্মশালাত ৬০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল।  অনুষ্ঠানটিৰ আঁত ধৰিছে  বিদ্যালয়খনিৰ শিক্ষক, লেখক মণিকংকনা বৰবৰাই। 
    A special podcast of a musical programme on few evergreen Assamese songs. Students of Brahmaputra Jayita Vidyalaya of Golaghat learnt these songs at a workshop recently organized by this leading educational institute. Dr. Bornalee Boruah and Nilotpal Gayan imparted the training to the students as resource persons of the workshop. About 60 students took part in the workshop. Author and a teacher of the school-Monikangkana Borbora has anchored the programme in which participating students and the two resource persons have rendered the songs for this special NEZINE podcast.  

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usApril 17, 2023

    NEZINE podcast on books: Seeds and Food Sovereignty-Eastern Himalayan Experiences

    NEZINE podcast on books: Seeds and Food Sovereignty-Eastern Himalayan Experiences

    NEZINE podcast on books : In this episode, postdoctoral scholar Dr Dixita Deka tells us about the book Seeds and Food Sovereignty : Eastern Himalayan Experiences.  Dr Deka has coauthored this book published by the North Eastern Social Research Centre as part of a postdoctoral research project-  Practising Food Sovereignty: Indigenous Peoples and Agroecological Relationships in the Eastern Himalayas 
    Music: Priyanuj Parashar

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usApril 13, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: বিদিশা দত্তৰ শিশু উপন্যাস- 'সোণপৰুৱাৰ দেশ'ৰ বিষয়ে দ্যা এড্‌জৰ সম্পাদক মানসী গোস্বামীয়ে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: বিদিশা দত্তৰ শিশু উপন্যাস- 'সোণপৰুৱাৰ দেশ'ৰ বিষয়ে দ্যা এড্‌জৰ সম্পাদক মানসী গোস্বামীয়ে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক তৰুণ লেখক বিদিশা দত্তৰ শিশু উপন্যাস- সোণপৰুৱাৰ দেশ  (সঞ্জীৱন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত)ৰ বিষয়ে দ্যা এড্‌জ অনলাইন আলোচনীৰ সম্পাদক মানসী গোস্বামীয়ে কৰা এটি আলোচনা । সংগীত-প্রিয়ানুজ পৰাশৰ

    Literature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to Editor of The Adze Maonshi Goswami’s review of the children’s novel Sonporuwar Desh by young writer Bidisha Dutta and published by Sanjiwan Prakashan. 

    Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usApril 01, 2023

    Creative works from Northeast: Poet Nupur Hazarika reviews eminent litterateur Temsula Ao’s poetry collection – Songs, Along the Way Home

    Creative works from Northeast: Poet Nupur Hazarika reviews eminent litterateur Temsula Ao’s poetry collection – Songs, Along the Way Home

    Creative works from Northeast :In this special podcast series, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, poet Nupur Hazarika reviews eminent litterateur Temsula Ao’s poetry collection – Songs, Along the Way Home- published by Heritage Publishing House. 

    Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে কবি নুপুৰ হাজৰিকাই যশস্বী সাহিত্যক টেমচুলা আওৰ কাব্য সংকলন- ‘চংচ, এলং দ্য ৱে হোম’ৰ বিষয়ে কৰা এটি আলোচনা ।
    সংগীত-প্রিয়ানুজ পৰাশৰ

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usMarch 31, 2023

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে কৰা এটি আলোচনা

    উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই পডকাষ্টটিত আছে  তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই ‘আণ্ডাৰ দ্য শাল ট্ৰি’ নাট্য উৎসৱৰ মাজেৰে নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে কৰা এটি আলোচনা 
    সংগীত-প্রিয়ানুজ পৰাশৰ

    Creative works from Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on creative works from India’s northeast region. In this episode, young short story writer and theatre activist Srotaswinee Tamuly sheds light on the initiative of renowned theatre artiste and founder of Badungduppa Kalakendra-late Sukracharjya Rabha who took theatre closer to the people through a unique theatre concept-Under the Sal Tree. 

    Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usMarch 25, 2023

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:লোপামুদ্ৰা ভট্টাচাৰ্যৰ উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন ৰ বিষয়ে লেখক লক্ষ্মী সন্দিকৈয়ে কৰা এটি পৰ্যালোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:লোপামুদ্ৰা ভট্টাচাৰ্যৰ উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন ৰ বিষয়ে লেখক লক্ষ্মী সন্দিকৈয়ে কৰা এটি পৰ্যালোচনা

    উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সমাজ, সংস্কৃতি, ইতিহাস আদি বিষয়ক গ্ৰন্থ আৰু সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এইলানি পডকাষ্টত এইবাৰ শুনক লেখক লক্ষ্মী সন্দিকৈয়ে গল্পকাৰ, ঔপন্যাসিক লোপামুদ্ৰা ভট্টাচাৰ্যৰ ভ্ৰমণমূলক উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন  (আঁক-বাকৰ দ্বাৰা প্ৰকাশিত)ৰ বিষয়ে কৰা এটি পৰ্যালোচনা । 

     সংগীত-প্রিয়ানুজ পৰাশৰ
    Literature and Society in Northeast: In this special podcast series in Assamese and English, we bring you review, analysis and observation on books, creative works reflecting history, culture and society in India’s northeast region. In this episode, listen to writer Lakshmi Handique’s review of the Assamese novel Jivan, Bhraman, Anuranan by short story writer and novelist Lopamudra Bhattacharya and published by Aank Baak Publication. 

    Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the better

    Download NEZINE App to keep listening to NEZINE's podcast

    NEZINE's Podcast
    en-usMarch 24, 2023
    Logo

    © 2024 Podcastworld. All rights reserved

    Stay up to date

    For any inquiries, please email us at hello@podcastworld.io